New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/gettyimages-4878672681.jpg)
- নতুন ৰূপত আহি আছে ফেচবুক।
- এই ইংগিত দিলে ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে।
- আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ পিক জনালে এই কথা।
- গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থা গ্ৰহণ কৰিব ফেচবুকে।
- গোপনীয়তা ৰক্ষা কৰিব পৰা মেছেঞ্জিং সেৱা আৰম্ভ কৰিব ফেচবুকত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us