বিহাৰত লাইনচ্যুত যাত্ৰীবাহী ৰেল, আহত ৪

বিহাৰত লাইনচ্যুত যাত্ৰীবাহী ৰেল, আহত ৪

author-image
asomiyapratidin
New Update
বিহাৰত লাইনচ্যুত যাত্ৰীবাহী ৰেল, আহত ৪

  • দেওবাৰে পুৱা বিহাৰত লাইনচ্যুত হয় যাত্ৰীবাহী ৰে'ল।
  • চাপ্ৰাৰ গৌতম আস্থানৰ সমীপত তাপ্তি-গংগা এক্সপ্ৰেছ লাইনচ্যুত।
  • ৰেলখনৰ ১০টাকৈ দবা লাইনচ্যুত হয়।
  • ৪জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত।
  • আহত কেইজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।