আহি আছে ‘কেশৰী’…VIDEO

আহি আছে ‘কেশৰী’…VIDEO

author-image
asomiyapratidin
New Update
আহি আছে ‘কেশৰী’…VIDEO

ডিজিটেল ডেস্কঃ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। ২১ মাৰ্চত ছবিঘৰলৈ আহিব বলিউদৰ খিলাড়ী কুমাৰৰ ছৱি 'কেশৰী'। ১৯ মাৰ্চত এই ছবিখনত 'তেৰা মিট্টী' শীৰ্ষক এটি গীত মুকলি কৰা হয়। দেশভক্তিৰে ভৰপূৰ এই গীততো খুবেই জনপ্ৰিয় হৈছে ছচিয়েল মিডিয়াত। কেশৰী ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছে পৰিনীতি চোপ্ৰাই। কিকহানী ছাৰাগড়ী যুদ্ধৰ পটভূমিত নিৰ্মাণ কৰা ছবিখনত অক্ষয়ে এজন শিখ ৰেজিমেন্টৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

ছবিখনৰ 'তেৰা মিট্টী' শীষক গীতটো…