বিয়া খালেগৈ ঐশ্বৰ্য ৰায়ে

বিয়া খালেগৈ ঐশ্বৰ্য ৰায়ে

author-image
asomiyapratidin
New Update
বিয়া খালেগৈ ঐশ্বৰ্য ৰায়ে

ডিজিটেল ডেস্কঃ দেশজুৰি চৰ্চিত ঈশা আম্বানী-আনন্দ পিৰামলৰ বিবাহ অনুষ্ঠানত আজি জিলিকি উঠিছিল ঐশ্বৰ্য ৰায়। স্বামী অভিশেক বচ্চন আৰু কন্যা আৰাধ্যাৰ সৈতে আম্বানী পৰিয়ালৰ বিয়া খাবলৈ গ'ল অভিনেত্ৰীগৰাকী। ডিঙিত সোণৰ অলংকাৰ আৰু এখন ৰঙা শাৰী পৰিধান কৰিছিল ঐশ্বৰ্যই।

ইফালে, এই অনুষ্ঠানত সপত্নীসহ উপস্থিত আছিল শচীন তেণ্ডুলকাৰ। কিছুদিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জ'নাছো এই বিবাহখনত অনুষ্টিত আছিল।