New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/rajini-dialogues.jpg)
- দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৬৮ সংখ্যক জন্মদিন ।
 - ১৯৫০ চনৰ ১২ ডিচেম্বৰত বেংগালুৰুত জন্ম হৈছিল অভিনেতাগৰাকী।
 - ১৯৭৫ চনত 'অৰ্পূব ৰাঙ্গগল' নামৰ ছবিখনৰ জৰিয়তে আৰম্ভ কৰিছিল কেৰিয়াৰ।
 - ২০০০ চনৰ ভাৰত চৰকাৰে পদ্মভুষণ আৰু পদ্ম বিভুষণ সন্মানেৰে সন্মানিত কৰিছিল অভিনেতাজনক ।
 - ৰজনীকান্তৰ শেহতীয়া ছবি ২.০ ছবিখনে বৰ্তমানৰলৈকে ৬০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us