আজি চুপাৰষ্টাৰ ৰজনীকান্তৰ….

আজি চুপাৰষ্টাৰ ৰজনীকান্তৰ….
  • দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ আজি ৬৮ সংখ্যক জন্মদিন ।
  • ১৯৫০ চনৰ ১২ ডিচেম্বৰত বেংগালুৰুত জন্ম হৈছিল অভিনেতাগৰাকী।
  • ১৯৭৫ চনত 'অৰ্পূব ৰাঙ্গগল' নামৰ ছবিখনৰ জৰিয়তে আৰম্ভ কৰিছিল কেৰিয়াৰ।
  • ২০০০ চনৰ ভাৰত চৰকাৰে পদ্মভুষণ আৰু পদ্ম বিভুষণ সন্মানেৰে সন্মানিত কৰিছিল অভিনেতাজনক ।
  • ৰজনীকান্তৰ শেহতীয়া ছবি ২.০ ছবিখনে বৰ্তমানৰলৈকে ৬০০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in