শেহতীয়া খবৰ
চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...

দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড

391
  • বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়।
  • ৮ উইকেটত জয়ী হ’ল ইংলেণ্ড।
  • প্ৰথমে বেট ধৰি ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ২২৩ ৰান।
  • ৩২.১ অভাৰতে এই লক্ষ্যত উপনিত হ’ল ইংলেণ্ড।
  • দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অৱতীৰ্ণ হ’ব ইংলেণ্ড।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি