দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড

দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ড
  • বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়।
  • ৮ উইকেটত জয়ী হ'ল ইংলেণ্ড।
  • প্ৰথমে বেট ধৰি ৪৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ২২৩ ৰান।
  • ৩২.১ অভাৰতে এই লক্ষ্যত উপনিত হ'ল ইংলেণ্ড।
  • দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত অৱতীৰ্ণ হ'ব ইংলেণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in