এলাহাবাদ বিশ্ববিদ্যালয়ত ছাত্ৰক গুলিয়াই হত্যা

এলাহাবাদ বিশ্ববিদ্যালয়ত ছাত্ৰক গুলিয়াই হত্যা
  • এলাহাবাদ বিশ্ববিদ্যালয়ত পুৱাই অঘটন।
  • বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাসাৰ সন্মুখতে গুলীয়াই হত্যা এজন ছাত্ৰক।
  • পুৱা হোষ্টেলৰ সন্মুখলৈ ওলাই অহাৰ সময়তে অচিনাক্ত লোকে গুলিয়াই হত্যা কৰে ছাত্ৰজনক।
  • ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in