শেহতীয়া খবৰ
২১ বছৰতে ন্যায়াধীশৰ বাচনিত উত্তীৰ্ণহৈ ৰাজস্থানৰ শিক্ষাৰ্থীৰ অভিলেখ...  •  মঙলদৈৰ সৰুঠেকেৰাবাৰীত এল্ট’ৰ খুন্দাত নিহত এজন...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা  •  অসম চৰকাৰ গ' বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত ২৪x৭ নিৰ্বাচনী খবৰ…

আপোনাৰ দৃষ্টিলৈ অহা খবৰ আমালৈ কেনেদৰে প্ৰেৰণ কৰিব জানিবলৈ পঢ়ক এই বাতৰি

40

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাতৰি ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে ২৪ ঘণ্টাজুৰি প্ৰকাশৰ দিহা কৰিছে। ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অসমৰ ৫টা সমষ্টিৰ লগতে দেশৰ ৯৬টা সমষ্টিৰ ভোটগ্ৰহণৰ সবিশেষ খবৰ প্ৰকাশৰ বাবে বিশেষ দিহা কৰিছে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে।

এই সন্দৰ্ভত আপোনাৰ ওচৰত কিবা খবৰ থাকিলে আপুনিও প্ৰেৰণ কৰিব পাৰিব ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণলৈ। খবৰৰ সবিশেষ সহ ফটো আৰু ভিডিঅ’ৰ সৈতে এই বাতৰি হোৱাটছএপযোগে ৯৯৫৪৫-৪৪৪৫০, ৯৪৩৫০-৬২৬৭৮ আৰু ৬০০৯৫-৫৩৪৩৪ নম্বৰত প্ৰেৰণ কৰা লগতে ফোনযোগেও সবিশেষ জনাব পাৰিব। আপোনাৰ চকুত পৰা কোনো বিশেষ নিৰ্বাচনী সংক্ৰান্তীয় বাতৰি থাকিলে এই নম্বৰৰ জৰিয়তে আমাক অৱগত কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি