কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? নিৰ্বাচনী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক…

কেতিয়া অনুষ্ঠিত হ’ব নিৰ্বাচন? নিৰ্বাচনী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • বুধবাৰে দিল্লীত অনুষ্ঠিত হ'ব নিৰ্বাচনী আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী বৈঠক।
  • ৫ ৰাজ্যৰ নিৰ্বাচন সন্দৰ্ভত হ'ব আলোচনা।
  • কোন ৰাজ্যত কেইটা পৰ্যায়ত হ'ব নিৰ্বাচন এই বিষয়ে হ'ব আলোচনা।
  • মুূখ্য নিৰ্বাচনী আয়ুক্ত উপস্থিত থাকিব এই বৈঠকত।
  • নিৰ্বাচনৰ দিন সন্দৰ্ভতো হ'ব আলোচনা।
  • লকডাউনৰ বাবে কি কি নীতি নিয়ম ধাৰ্য কৰা হ'ব সেইবিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in