একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ…

একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ…
  • উত্তৰ প্ৰদেশৰ মইনপুৰীৰ এক নিৰ্বাচনী সভাত মঞ্চত একেলগে দেখা গ'ল মুলায়েম সিং যাদৱ, মায়াৱতী আৰু অখিলেশ যাদৱক।
  • একেখন মঞ্চত প্ৰথমবাৰলৈ দেখা গ'ল মুলায়েম সিং যাদৱ আৰু মায়াৱতীক।
  • উত্তৰ প্ৰদেশত এইবাৰ নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছে মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু সমাজবাদী পাৰ্টী।
  • সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱ।
  • দুয়ো দলে শুকুৰবাৰে একেলগে নিৰ্বাচনী প্ৰচাৰ চলায় মইনপুৰীত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in