আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা…

আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা…
  • আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান।
  • মঙলবাৰে বিয়লি ৫ বজাত অন্ত পৰিব এই অভিযান।
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • ৰাজ্যৰ ৫ সমষ্টিত হ'ব এই ভোটগ্ৰহণ।
  • মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • ৮,৯৯২টা ভোটকেন্দ্ৰত হ'ব নিৰ্বাচন।
  • ৬৮,৩৬,৪৯৬গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।
  • দ্বিতীয় পৰ্যায়ত ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা ।
  • মুঠ ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল।
  • ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিছিল নিৰ্বাচন আয়োগে।
  • আনহাতে ৬গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল মনোনয়ন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in