শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’

আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান, ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা…

124
  • আজি অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান।
  • মঙলবাৰে বিয়লি ৫ বজাত অন্ত পৰিব এই অভিযান।
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
  • ৰাজ্যৰ ৫ সমষ্টিত হ’ব এই ভোটগ্ৰহণ।
  • মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
  • ৮,৯৯২টা ভোটকেন্দ্ৰত হ’ব নিৰ্বাচন।
  • ৬৮,৩৬,৪৯৬গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।
  • দ্বিতীয় পৰ্যায়ত ৫০ গৰাকী প্ৰাৰ্থীয়ে কৰিব প্ৰতিদ্বন্দ্বিতা ।
  • মুঠ ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল।
  • ৪গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰিছিল নিৰ্বাচন আয়োগে।
  • আনহাতে ৬গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছিল মনোনয়ন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি