ফলাফল ঘোষণাঃ ক’ত কোন দলৰ কিমান প্ৰাৰ্থীয়ে মাৰিছে হাঁহি…

ফলাফল ঘোষণাঃ ক’ত কোন দলৰ কিমান প্ৰাৰ্থীয়ে মাৰিছে হাঁহি…

ডিজিটেল ডেস্কঃ ৫ ৰাজ্যৰ ক্ৰমে- তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামৰ ভোটগণনা অব্যাহত আছে। এই ৰাজ্যসমূহৰ কেবাখনো আসনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে।

১. ৰাজস্থানঃ

  • মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১৯৯।
  • ফলাফল ঘোষিত হোৱা আসন- ৫।
  • কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৩।
  • বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ২।
  • বিজেপি আগবাঢ়ি আছে ৭৩খনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ৯৭খনত।
  • অন্যান্য আগবাঢ়ি আছে ২৪খনত।

২. মধ্যপ্ৰদেশঃ 

  • মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ২৩০।
  • ফলাফল ঘোষণা হোৱা আসন- ০।
  • বিজেপি আগবাঢ়ি আছে ১০৪খনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ১১৫খনত।
  • অন্যান্য আগবাঢ়ি আছে ১১খনত।

৩. তেলেংগানাঃ

  • মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ১১৯।
  • ফলাফল ঘোষিত হোৱা আসন- ১৫।
  • টি আৰ এছে বিজয় সাব্যস্ত কৰা আসন- ১০।
  • কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ২।
  • বিজেপিয়ে বিজয় সাব্যস্ত কৰা আসন- ০।
  • অন্যান্যই বিজয় সাব্যস্ত কৰা আসন- ৩।
  • টিআৰএছ আগবাঢ়ি আছে ৭৭খনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ২১খনত।
  • অন্যান্য আগবাঢ়ি আছে ৬খনত।

৪. ছত্তীশগড়ঃ

  • মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৯০।
  • ফলাফল ঘোষিত হোৱা আসন- ০।
  • বিজেপি আগবাঢ়ি আছে ১৭খনত।
  • কংগ্ৰেছ আগবাঢ়ি আছে ৬৭খনত।
  • অন্যান্য আগবাঢ়ি আছে ৬খনত।

৫. মিজোৰামঃ

  • মুঠ নিৰ্বাচন অনুষ্ঠিত হোৱা আসন- ৪০।
  • ফলাফল ঘোষিত হোৱা আসন- ৩৫।
  • কংগ্ৰেছে বিজয় সাব্যস্ত কৰা আসন- ৬।
  • এম এন এফে বিজয় সাব্যস্ত কৰা আসন- ২০।
  • এম এন এফ আগবাঢ়ি আছে ৫খনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in