২ নবেম্বৰৰ পৰা পুনৰ খোলা হ’ব শিক্ষানুষ্ঠানঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

২ নবেম্বৰৰ পৰা পুনৰ খোলা হ’ব শিক্ষানুষ্ঠানঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
  • জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল।
  • সংবাদমেলত মন্ত্ৰী শৰ্মাই কৰে বহু গুৰুত্বপূৰ্ণ ঘোষণা।
  • অহা ২ নবেম্বৰৰ পৰা ৰাজ্যত খোলা হ'ব শিক্ষানুষ্ঠানসমূহ।
  • হ্ৰাস পাইছে নতুনকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা।
  • দুৰ্গাপূজাৰ সময়ত নীতি নিয়ম মানি চলিলে কোভিড-১৯ৰ পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা ব্যক্ত মন্ত্ৰী গৰাকীৰ।
  • দুৰ্গাপূজাৰ সময়ত ১০ বজাত মণ্ডপ বন্ধ হ'লেও পূজা চলি থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in