জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ কেইবাটাও ঠিকনাত ই ডিৰ অভিযান…

জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ কেইবাটাও ঠিকনাত ই ডিৰ অভিযান…
  • জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ কেইবাটাও ঠিকনাত শুকুৰবাৰে ই ডিয়ে চলায় তালাচী অভিযান।
  • সংবাদ মাধ্যমত ই ডিৰ এজন বিষয়াই জনোৱা মতে দিল্লী আৰু মুম্বাইৰ ১২ টা ঠিকনাত ই ডিয়ে চলাইছে এই অভিযান।
  • বিদেশী বিনিময় আইন উলংঘন কৰাৰ অভিযোগত চলাইছে এই অভিযান।
  • উল্লেখ্য যে, চলিত বৰ্ষৰ ১৭ এপ্ৰিলৰ পৰা আৰ্থিক সংকটৰ বাবে জেট এয়াৰৱেজৰ পৰিচালনাৰ দায়িত্ব এৰিছিল গোৱেলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in