দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ কোভিড পজিটিভ…

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ কোভিড পজিটিভ…
  • দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • দেওবাৰে নাওশলীয়াত পথৰ আধাৰশিলা স্থাপন কৰিছিল বিধায়কগৰাকীয়ে।
  • দেওবাৰে টেঙাখাতৰ এখন বিবাহ অনুষ্ঠানতো উপস্থিত আছিল তেওঁ।
  • ইতিমধ্যে গোৱালাৰ পৰিয়ালৰো কোভিড টেষ্ট কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in