দুলীয়াজানত গায়ত্ৰী-কৃষ্ণমণিৰ ন’ এন্ট্ৰী! ৰাইজে ল’লে সমূহীয়া বৰ্জনৰ সিদ্ধান্ত…

দুলীয়াজানত গায়ত্ৰী-কৃষ্ণমণিৰ ন’ এন্ট্ৰী! ৰাইজে ল’লে সমূহীয়া বৰ্জনৰ সিদ্ধান্ত…
  • দুলীয়াজানত নিষিদ্ধ হ'ল শিল্পী কৃষ্ণমণি চুতিয়া।
  • আছু, যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ মহিলা মঞ্চকে ধৰি কেবাটাও দল-সংগঠনে উমৈহতীয়াভাৱে লৈছে এই সিদ্ধান্ত।
  • কৃষ্ণমণি চুতিয়াৰ লগতে গায়ত্ৰী মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাকো দুলীয়াজানত কোনো অনুষ্ঠানত অংশ ল'বলৈ নিদিয়াৰ সিদ্ধান্ত।
  • ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন।
  • অংশ লৈছে শিল্পী, সাহিত্যিক, শিক্ষাবিদৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে।
  • এই আইন সমৰ্থন কৰা আকাশদ্বীপকো দুলীয়াজানত কোনো অনুষ্ঠানত অংশ ল'বলৈ নিদিয়াৰ হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in