দুধনৈত ৰে’লৰ খুন্দাত নিহত যুৱতী

দুধনৈত ৰে’লৰ খুন্দাত নিহত যুৱতী
  • দুধনৈত ৰে'লে কাটিলে যুৱতীক
  • দুধনৈত ভয়ংকৰ দুৰ্ঘটনা।
  • ৰে'লৰ খুন্দাত নিহত এগৰাকী যুৱতী।
  • নামনিমুৱা গান্ধীধাম এক্সপ্ৰেছৰ খুন্দাত নিহত হয় যুৱতীগৰাকী ৷
  • ঘটনাস্থলীত ৰে'ল আৰু দুধনৈ আৰক্ষী উপস্থিত।
  • বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই মৃত যুৱতী গৰাকীৰ পৰিচয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in