শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

গুৱাহাটীত নাপাব সুৰা!

334
  • কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা।
  • ২১ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।
  • এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
  • লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে ড্ৰাই ডে’।

  • ২৩ এপ্ৰিলত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ৰাজ্যৰ ৪ টা সমষ্টিৰ বাবে ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি