গুৱাহাটীত নাপাব সুৰা!

প্ৰতীকি  ফটো
প্ৰতীকি ফটো
  • কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা।
  • ২১ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।
  • এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
  • লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি দিয়া হৈছে ড্ৰাই ডে'।
  • ২৩ এপ্ৰিলত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ৰাজ্যৰ ৪ টা সমষ্টিৰ বাবে ২৩ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in