শেহতীয়া খবৰ
সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO  •  বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে অভয়াপুৰীত ওলাই আহিল যুৱ প্ৰজন্ম...  •  পশ্চিম নলবাৰীত বিনামূলীয়াকৈ বানাক্ৰান্ত আৰু পশুধনৰ চিকিৎসা সেৱা...  •  বানত উটিল কিতাপ-বহী, কেনেকৈ পঢ়িম আমি?

দ্যুতি চান্দৰ আন এক সফলতা…

84
  • ভাৰত কন্যা দ্যুতি চান্দৰ আন এক সফলতা।
  • ইটালীৰ ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত দ্যুতিয়ে ১০০ মিটাৰত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস।
  • ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ট্ৰেক এণ্ড ফীল্ডত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দ্যুতি চান্দ।
  • দ্যুতিয়ে ১১.৩২ ছেকেণ্ডত দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
  • ছুইজাৰলেণ্ডৰ ডেল পাণ্টাই ১১.৩৩ ছেকেণ্ডত ৰূপ আৰু জাৰ্মানীৰ লিজা কবাই ১১.৩৯ ছেকেণ্ডত
  • দখল কৰে ব্ৰঞ্জৰ পদক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি