দ্যুতি চান্দৰ আন এক সফলতা…

দ্যুতি চান্দৰ আন এক সফলতা…
  • ভাৰত কন্যা দ্যুতি চান্দৰ আন এক সফলতা।
  • ইটালীৰ ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত দ্যুতিয়ে ১০০ মিটাৰত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস।
  • ৱৰ্ল্ড ইউনিভাৰ্চিটী গেমছত ট্ৰেক এণ্ড ফীল্ডত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দ্যুতি চান্দ।
  • দ্যুতিয়ে ১১.৩২ ছেকেণ্ডত দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
  • ছুইজাৰলেণ্ডৰ ডেল পাণ্টাই ১১.৩৩ ছেকেণ্ডত ৰূপ আৰু জাৰ্মানীৰ লিজা কবাই ১১.৩৯ ছেকেণ্ডত
  • দখল কৰে ব্ৰঞ্জৰ পদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in