মহানগৰীত আৱদ্ধ ড্ৰাগছ ব্যৱসায়ী

  • মহানগৰীৰ সাতমাইলত ৰাইজৰ হাতত বন্দী হ'ল ড্ৰাগছ ব্যৱসায়ী।
  • বিহুৰ দিনাই ড্ৰাগছ বিক্ৰী কৰিব আহিছিল যুৱকজনে।
  • সোধ পোছ কৰি সন্দেহ ওপজাত ৰাইজে কৰায়ত্ব কৰে ড্ৰাগছ ব্যৱসায়ীজনক।
  • পিছত আৰক্ষীক চমজাই দিয়া হয় ড্ৰাগছ ব্যৱসায়ীজনক।
  • ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম শংকৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in