গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰীঃ ৰাজ্যত মজুত আছে ভেকচিন-অক্সিজেন…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত স্বাস্থ্যমন্ত্ৰীঃ ৰাজ্যত মজুত আছে ভেকচিন-অক্সিজেন…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা।
  • কোভিড কেয়াৰ চেন্টাৰ প্ৰস্তুতিৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
  • সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী গৰাকীৰ।
  • কোভিডৰ লক্ষণ দেখা পালে পৰীক্ষা কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ।
  • বহিঃ ৰাজ্যৰ পৰা অহা সকলো কৰিব লাগিব টেষ্টঃ হিমন্ত।
  • খানাপাৰাত মুকলি ঠাইতে হ'ব কোভিড চিকিৎসালয়।
  • সৰুসজাই, পতঞ্জলি, কাহিকুছিত সাজু বিছনা।
  • সৰুসঁজাই ৪০০, পতঞ্জলি ৪০০, আৰু কাহীকুছিত ২৫০ খনকৈ বিছনা সাজু।
  • এই মহূৰ্তলৈকে অক্সিজেন-ভেকচিন মজুত আছে ৰাজ্যতঃ হিমন্ত
  • খানাপাৰা আইচিইউ কোভিড কেয়াৰ চেন্টাৰত সাজুত ১০০ খন বিচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in