চতুৰ্থবাৰলৈ কোভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিত শৰ্মা

চতুৰ্থবাৰলৈ কোভিডত আক্ৰান্ত GMCH ৰ অধীক্ষক অভিজিত শৰ্মা
  • ৰাজ্যত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ।
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অভিজত শৰ্মা আক্ৰান্ত হৈছে কোভিডত।
  • চতুৰ্থবাৰৰ বাবে কোভিড সংক্ৰমণ হৈছে তেওঁৰ।
  • বৰ্তমান হোম আইছলেশ্যনত আছে ডাঃ শৰ্মা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in