মহাৰাষ্ট্ৰত অট্টালিকা খহি পৰাৰ ফলত নিহত হোৱা লোকৰ সংখ্যা ১০জনলৈ বৃদ্ধি…

মহাৰাষ্ট্ৰত অট্টালিকা খহি পৰাৰ ফলত নিহত হোৱা লোকৰ সংখ্যা ১০জনলৈ বৃদ্ধি…
  • মহাৰাষ্ট্ৰৰ ডংগ্ৰীত অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • বুধবাৰৰ সন্ধিয়ালৈ ১০জনকৈ লোকৰ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।
  • ইফালে, ৮জনকৈ লোক গুৰুতৰভাৱে আহত।
  • আহত আটাইকেইজনকেই ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • উল্লেখ্য যে, বুধবাৰে কেশাৰভাই অট্টালিকাটো খহি পৰিছিল।
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in