শেহতীয়া খবৰ
পাক সেনাৰ যুদ্ধবিৰতি উলংঘা...  •  কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

মহাৰাষ্ট্ৰৰ দোংৰিত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি…

45
  • মহাৰাষ্ট্ৰৰ দোংৰিত অট্টালিকা খহি পৰি নিহতৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি।
  • আহত ৯ জনক উদ্ধাৰ কৰা হৈছে এই মূহূৰ্তলৈকে।
  • এছডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
  • মঙলবাৰে দোংৰিৰ কেশৰবাৰীত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • ধাৰাসাৰ বৰষুণৰ বাবে ভাগি পৰিছিল এটা অট্টালিকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি