WeChat pay ৰ লগতে অন্য চীনা এপ সমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পৰ…

WeChat pay ৰ লগতে অন্য চীনা এপ সমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পৰ…

ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক নিৰ্দেশনা জাৰি কৰে । মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে । নিৰ্দেশনাটোত অলি পে (Alipay) আৰু উই চাট পে (WeChat pay) ৰ লগতে অন্যান্য চীনা এপ সমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

ট্ৰাম্পে জাৰী কৰা এই নিৰ্দেশনাটোত কোৱা হৈছে যে চীনা কোম্পানীৰ সৈতে সম্পৰ্কিত এপ সমূহে চীনৰ জিনপিংৰ চৰকাৰৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য ভাগ-বতৰা কৰিব পাৰে, সেয়ে আমেৰিকা যুক্তৰাজ্যত এনে এপ সমূহ নিষিদ্ধ কৰিব লাগে । এই নিৰ্দেশনাটো পৰৱৰ্তী ৪৫ দিনত ৰূপায়ণ কৰিব লাগিব। যিহেতু জ' বাইডেনে কিছু দিন পিছতে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in