শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

WeChat pay ৰ লগতে অন্য চীনা এপ সমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ ড’নাল্ড ট্ৰাম্পৰ…

222

ডিজিটেল ডেস্ক : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক নিৰ্দেশনা জাৰি কৰে । মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে । নিৰ্দেশনাটোত অলি পে (Alipay) আৰু উই চাট পে (WeChat pay) ৰ লগতে অন্যান্য চীনা এপ সমূহ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে ।

ট্ৰাম্পে জাৰী কৰা এই নিৰ্দেশনাটোত কোৱা হৈছে যে চীনা কোম্পানীৰ সৈতে সম্পৰ্কিত এপ সমূহে চীনৰ জিনপিংৰ চৰকাৰৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য ভাগ-বতৰা কৰিব পাৰে, সেয়ে আমেৰিকা যুক্তৰাজ্যত এনে এপ সমূহ নিষিদ্ধ কৰিব লাগে । এই নিৰ্দেশনাটো পৰৱৰ্তী ৪৫ দিনত ৰূপায়ণ কৰিব লাগিব। যিহেতু জ’ বাইডেনে কিছু দিন পিছতে ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’ব ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি