ডবকাত পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ডবকাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন মটৰ চাইকেল আৰোহী।
  • ডবকাৰ মদাৰতলী সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • নিহত দুজন ক্ৰমে- লালু সিং আৰু সঞ্জীৱ প্ৰসাদ দেৱ।
  • জানিব পৰা মতে, নিহত দুয়োজন এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হৈছিল বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in