নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামিলনাডুত প্ৰতিবাদ সাব্যস্ত কৰিব ডিএমকেয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামিলনাডুত প্ৰতিবাদ সাব্যস্ত কৰিব ডিএমকেয়ে
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তামিলনাডুত প্ৰতিবাদ সাব্যস্ত কৰিব ডিএমকেয়ে।
  • ১৭ ডিচেম্বৰত প্ৰতিখন জিলাতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ডিএমকেয়ে।
  • বৃহস্পতিবাৰে এই কথা জানিবলৈ দিয়ে ডিএমকেৰ অধ্যক্ষ এম কে ষ্টেলিনে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক অসাংবিধানিক আখ্যা ষ্টেলিনৰ।
  • এই বিধেয়কৰে দেশক ধৰ্মৰ ভিত্তিত ভাগ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপিয়েঃ এম কে ষ্টেলিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in