শেহতীয়া খবৰ
বিৰোধী ঐক্য  •  ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  মোডীৰ ১৫ লাখ টকীয়া নহয়, এইবাৰ ৰাহুলৰ ৭২ হাজাৰ টকীয়া প্ৰতিশ্ৰুতিঃ কংগ্ৰেছ শাসনলৈ আহিলেই ৰূপায়ন হ'ব নুন্যতম আয় গেৰেন্টী যোজনা  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ

ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে

339
  • কেৰালাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপত উজ্বলিছে অসমৰ ডিম্বেশ্বৰ দলে।
  • এই প্ৰতিযোগিতাৰ ফাইনেল পাইছেগৈ ডিম্বেশ্বৰ দলে।
  • আজি অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপৰ চূড়ান্ত খেল।
  • লখিমপুৰৰ বগীনদীত ঘৰ ডিম্বেশ্বৰ দলেৰ।
  • ছিকিউৰিটি গাৰ্ডৰূপে কেৰালাত নিয়োজিত হৈ আছে ডিম্বেশ্বৰ।
  • কেৰালাৰ এখন স্থানীয় মহাবিদ্যালয়ৰ সহযোগত প্ৰথমে অংশ লৈছিল বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সমাৰোহত।
  • তাৰপৰাই ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপলৈ নিৰ্বাচিত হৈছিল ডিম্বেশ্বৰ দলে।
  • ৬ বছৰ পূৰ্বেই অসম এৰি কেৰালালৈ গৈছিল ডিম্বেশ্বৰ।
  • ছিকিউৰিটি গাৰ্ডৰূপে কৰ্মৰত ডিম্বেশ্বৰ এতিয়া উজ্বলি উঠিছে ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপত।
  • চূড়ান্ত খেলৰ বাবে ডিম্বেশ্বৰক শুভেচ্ছা গাঁওবাসীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি