ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে

ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে
  • কেৰালাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপত উজ্বলিছে অসমৰ ডিম্বেশ্বৰ দলে।
  • এই প্ৰতিযোগিতাৰ ফাইনেল পাইছেগৈ ডিম্বেশ্বৰ দলে।
  • আজি অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপৰ চূড়ান্ত খেল।
  • লখিমপুৰৰ বগীনদীত ঘৰ ডিম্বেশ্বৰ দলেৰ।
  • ছিকিউৰিটি গাৰ্ডৰূপে কেৰালাত নিয়োজিত হৈ আছে ডিম্বেশ্বৰ।
  • কেৰালাৰ এখন স্থানীয় মহাবিদ্যালয়ৰ সহযোগত প্ৰথমে অংশ লৈছিল বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সমাৰোহত।
  • তাৰপৰাই ৰাষ্ট্ৰীয় লংজাম্প চেম্পিয়নশ্বীপলৈ নিৰ্বাচিত হৈছিল ডিম্বেশ্বৰ দলে।
  • ৬ বছৰ পূৰ্বেই অসম এৰি কেৰালালৈ গৈছিল ডিম্বেশ্বৰ।
  • ছিকিউৰিটি গাৰ্ডৰূপে কৰ্মৰত ডিম্বেশ্বৰ এতিয়া উজ্বলি উঠিছে ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপত।
  • চূড়ান্ত খেলৰ বাবে ডিম্বেশ্বৰক শুভেচ্ছা গাঁওবাসীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in