শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰ…

  • বলিউডৰ দিগ্বজ তথা জ্যেষ্ঠ জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰৰ স্বাস্থ্য উন্নত হৈছে।
  • তেওঁক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়।
  • টুইটাৰযোগে খোদ এই কথা জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
  • তেওঁ টুইটাৰত লিখিছে- আপোনালোকৰ মৰম-ভালপোৱা আৰু প্ৰাৰ্থনাৰ বাবে মই সুস্থ হৈছো।
  • লগতে তেওঁ হাস্পতালখনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলটোকে ধন্যবাদ জ্ঞাপন কৰে।
  • শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি