মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং

মোৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী মোৰ বাবে ফেক্টৰ নহয়ঃ দিগ্বিজয় সিং
  • 'ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিষয়ে মই একো কথাই ক'ব নিবিচাৰো।'
  • 'তেওঁ মোৰ বাবে কোনো ফেক্টৰ নহয়।'
  • 'মোৰ বিৰুদ্ধে যিয়েই প্ৰতিদ্বন্দ্বিতা নকৰক, বিষয় হ'বই নোৱাৰে।'
  • এই মন্তব্য ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ।
  • সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব সাধ্বী প্ৰজ্ঞাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in