মঙলবাৰে আবু-ধাবিত ‘গান্ধী-জায়েদ’ ডিজিটেল মিউজিয়াম উদ্বোধন সুষমা স্বৰাজৰ

মঙলবাৰে আবু-ধাবিত ‘গান্ধী-জায়েদ’ ডিজিটেল মিউজিয়াম উদ্বোধন সুষমা স্বৰাজৰ
  • আবু-ধাবিত গান্ধী-জায়েদ ডিজিটেল মিউজিয়াম উদ্বোধন কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।
  • দুদিনীয়া ভ্ৰমণসূচীৰে আবু-ধাবিলৈ গৈছে বিদেশ মন্ত্ৰীগৰাকী।
  • সোমবাৰে সন্ধিয়াভাগত আবু-ধাবিলৈ উৰা মাৰিছিল মন্ত্ৰীগৰাকী।
  • বহু কেইখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ ল'ব বিদেশ মন্ত্ৰীগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in