ডিগবৈত এগৰাকী কিশোৰীক দলৱদ্ধ বলাৎকাৰ

ডিগবৈত এগৰাকী কিশোৰীক দলৱদ্ধ বলাৎকাৰ
  • দুৰ্গা পূজা আনন্দ-উলাহৰ মাজতে ডিগবৈত সংঘটিত হ'ল জঘন্য কাণ্ড।
  • শুকুৰবাৰে নিশা ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাত্‍কাৰ।
  • নিশা মুলিয়াবাৰীত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে বলাত্‍কাৰ কৰে কিশোৰীগৰাকীক।
  • চিঞৰ-বাখৰ কৰাত টহলদাৰী নিৰাপত্তাৰক্ষীৰ দলে উদ্ধাৰ কৰে কিশোৰীগৰাকীক।
  • ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তকেইটাই পলায়ন কৰে যদিও কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইটা লম্পটক।
  • ধৃত লম্পটকেইটা ক্ৰমে- সুভম দাস, অজয় পাণ্ডে, আকাশ চক্ৰৱৰ্তী আৰু ধ্ৰুৱ গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in