নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ডিগবৈত অনিৰ্দিষ্টকালীন বন্ধ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ডিগবৈত অনিৰ্দিষ্টকালীন বন্ধ
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ডিগবৈত অনিৰ্দিষ্টকালীন বন্ধ। 
  • ডিগবৈৰ বালিজানত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কেইবাটাও সংগঠনৰ।
  •  দোকান–পোহাৰ, যান–বাহনৰ চলাচল বন্ধ কৰি দিয়ে প্ৰতিবাদকাৰীয়ে।
  •  ১১জন প্ৰতিবাদকাৰীক আটক ডিগবৈৰ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in