ডিগবৈত আটক ২০ গৰাকী সন্দেহযুক্ত নাগৰিক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গতাই দিয়ে আৰক্ষীক…

  • ডিগবৈত ২০ গৰাকী সন্দেহযুক্ত নাগৰিকক আটক।
  • তেজপুৰৰ পৰা অৰুণাচললৈ গৈ থাকোতেই আটক কৰা হয় দলটোক।
  • অৰুণাচলৰ খাৰচাঙত কাম বিচাৰি গৈছিল দলটো।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সন্দেহযুক্ত নাগৰিকৰ দলটোক আটক কৰে।
  • তাৰ পাছতে গতাই দিয়ে আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in