শেহতীয়া খবৰ
কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...  •  নগাঁৱৰ জলাহগাৱঁৰ ৰাসত গোপী ৰূপত নৃত্য ডাক্তৰৰ, কোৰোনাৰ বাবে সজাগতা...  •  ভোটাৰ তালিকাত নাম অন্তভূক্তকৰনক ব্যাপক তৎপৰতা ধেমাজি জিলা প্ৰশাসনৰ...  •  ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু...  •  কৃষকৰ বিভ্ৰান্তি আতৰাবলৈ প্ৰতিটো ব্যৱস্থা গ্ৰহন কৰা হ'ব : কেন্দ্ৰীয় কৃষি মন্ত্ৰী  •  কৃষকৰ বিভ্ৰান্তি আতৰাবলৈ প্ৰতিটো ব্যৱস্থা গ্ৰহন কৰা হ'ব : কেন্দ্ৰীয় কৃষি মন্ত্ৰী

ভাল খবৰঃ দাম কমিল ডিজেলৰ…

920

ডিজিটেল ডেস্কঃ ইন্ধনৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা জনতাক কিছু সকাহ প্ৰদান কৰি শুকুৰবাৰে কিছু পৰিমাণে হ্ৰাস পালে ডিজেলৰ মুল্য। দেশৰ বিভিন্ন ৰাজ্যত প্ৰতি লিটাৰত ১৫ৰ পৰা ১৭ পইচা পৰ্যন্ত ডিজেল দাম হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে পেট্ৰ্’লৰ মূল্য কোনো সালসলনি হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি