ডিব্ৰুগড়ত পুৱাই ভয়ানক অগ্নিকাণ্ড

ডিব্ৰুগড়ত পুৱাই ভয়ানক অগ্নিকাণ্ড
  • ডিব্ৰুগড়ৰ কদমণিত পুৱাই অগ্নিকাণ্ড।
  • থাৰ্মেল কলনিৰ এগৰাকী ব্যক্তিৰ বাসগৃহত জুই।
  • শ্বৰ্ট চাৰ্কিতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • জুই জাহ গৈছে বাসগৃহটোৰ আধা অংশ।
  • ভস্মীভূত হৈছে লক্ষাধিক টকাৰ সা-সম্পত্তি।
  • কিছুসময় পূৰ্বে উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।
  • অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in