ডিব্ৰুগড়ৰ কেইবাটাও ভোটকেন্দ্ৰত বৰ্তমানেও অব্যাহত ভোটদান প্ৰক্ৰিয়া

ডিব্ৰুগড়ৰ কেইবাটাও ভোটকেন্দ্ৰত বৰ্তমানেও অব্যাহত ভোটদান প্ৰক্ৰিয়া
  • ডিব্ৰুগড়ৰ ৰজাভেটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পোহাৰীখনীয়া গাঁও প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।
  • প্রিজাইডিং অফিছাৰ সহ আৰক্ষী আৰু নিৰ্বাচনী কৰ্মচাৰী সকলক ঘেৰাও।
  • ভোটদানৰ পৰা বঞ্চিত ৮ শতাধিক ৰাইজ।
  • বিজেপিৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগ।
  • দিনৰ এক বজাৰ পৰা বন্ধ আছে ভোটদান প্ৰক্ৰিয়া।
  • আনহাতে ডিব্ৰুগড়ৰ আশাপুৰ বিনৈগুটীয়া ভোট গ্ৰহণ কেন্দ্ৰত এতিয়াও ভোটদানৰ বাবে শাৰী পাতি আছে তিনি শতাধিক লোকে।
  • নিশা প্ৰায় দহ বজালৈকে  কেন্দ্ৰটোত ভোট গ্ৰহণ হোৱাটো নিশ্চিত।
  • লেকাই ঠাকুৰথান ভোটগ্রহণ কেন্দ্ৰতো অব্যাহত ভোটদান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in