শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে…

1,505
  • ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা ৮ প্ৰতিবাদকাৰীক মুক্তি।
  • অগপ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই প্ৰতিবাদকাৰীসকলক আটক কৰিছিল আৰক্ষীয়ে।
  • ডিব্ৰুগড়ৰ অগপ কাৰ্যালয়ত ন-খোৱা উৎসৱ আয়োজন কৰা সময়ত কাৰ্যালয়ত প্ৰৱেশ কৰি কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • আটক কৰা সকলৰ ভিতৰত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰী।
  • কেইবা ঘণ্টা ধৰি আৰক্ষীয়ে আটক কৰি ৰখাৰ পাছত এৰি দিয়ে আটাইকেইজনকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি