কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে…

কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৮ প্ৰতিবাদকাৰীক এৰি দিলে আৰক্ষীয়ে…
  • ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা ৮ প্ৰতিবাদকাৰীক মুক্তি।
  • অগপ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই প্ৰতিবাদকাৰীসকলক আটক কৰিছিল আৰক্ষীয়ে।
  • ডিব্ৰুগড়ৰ অগপ কাৰ্যালয়ত ন-খোৱা উৎসৱ আয়োজন কৰা সময়ত কাৰ্যালয়ত প্ৰৱেশ কৰি কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ।
  • আটক কৰা সকলৰ ভিতৰত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰী।
  • কেইবা ঘণ্টা ধৰি আৰক্ষীয়ে আটক কৰি ৰখাৰ পাছত এৰি দিয়ে আটাইকেইজনকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in