ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দক্ষিণ আফ্ৰিকাৰ পৰা অহা ছাত্ৰৰ দেহত কোভিড…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দক্ষিণ আফ্ৰিকাৰ পৰা অহা ছাত্ৰৰ দেহত কোভিড…
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত কোভিড।
  • দক্ষিণ আফ্ৰিকাৰ পৰা অহা এজন ছাত্ৰৰ দেহত ধৰা পৰিছে কোভিড।
  • ছাত্ৰজনৰ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰিছিল কোভিড।
  • তেওঁৰ দেহত কোভিডৰ কোনটো প্ৰকাৰ আছে সেই বিষয়ে পৰীক্ষা কৰিবলৈ নমুনা প্ৰেৰণ কৰা হৈছে।
  • দক্ষিণ আফ্ৰিকাতেই প্ৰথমে ধৰা পৰিছিল অমিক্ৰন প্ৰকাৰ।
  • সেয়েহে এই ছাত্ৰজনৰ দেহত ধৰা পৰা কোভিড অমিক্ৰন প্ৰকাৰৰ হয় নে নহয় তাৰ পৰীক্ষা কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in