ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি! তাজিয়া কাণ্ডৰ অভিযোগত আটক কৰা যুৱকক মুক্তিৰ দাবীত থানা ঘেৰাও…

ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি! তাজিয়া কাণ্ডৰ অভিযোগত আটক কৰা যুৱকক মুক্তিৰ দাবীত থানা ঘেৰাও…
  • ডিব্ৰুগড় থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিত।
  • থানা ঘেৰাও কৰিছে একাংশ লোকে।
  • মহৰমৰ তাজিয়া সমদলৰ নামত তাণ্ডৱ সৃষ্টি কৰা দুই যুৱকক আটক কৰিছিল আৰক্ষীয়ে।
  • নিৰ্দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি ঘেৰাও কৰিছে থানা।
  • আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা যুৱক দুজন ক্ৰমে- আজাদ খান আৰু ফুলকান হুছেইন ।
  • ইয়াৰে আজাদ খান নামৰ যুৱকজনৰ মুক্তিৰ দাবীত কেইবা শতাধিক লোকে ঘেৰাও কৰিছে থানা।
  • আজাদ খান সক্ৰিয় কংগ্ৰেছ কৰ্মী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in