শেহতীয়া খবৰ
৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....  •  ৰাজঘাটৰ 'ভিজিটৰ বুক'ত কি লিখি থৈ গ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে...  •  ৰাজঘাটত বাপুক কি দৰে শ্ৰদ্ধাঞ্জলি জনালে ট্ৰাম্প আৰু পত্নীয়ে, চাওঁক VIDEO...  •  যুৱ উন্মেষঃ এখন ব্যতিক্ৰমী স্মৰণিকাৰ কথাৰে...

ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি! তাজিয়া কাণ্ডৰ অভিযোগত আটক কৰা যুৱকক মুক্তিৰ দাবীত থানা ঘেৰাও…

2,644
  • ডিব্ৰুগড় থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিত।
  • থানা ঘেৰাও কৰিছে একাংশ লোকে।
  • মহৰমৰ তাজিয়া সমদলৰ নামত তাণ্ডৱ সৃষ্টি কৰা দুই যুৱকক আটক কৰিছিল আৰক্ষীয়ে।
  • নিৰ্দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তুলি ঘেৰাও কৰিছে থানা।
  • আৰক্ষীয়ে এতিয়ালৈকে আটক কৰা যুৱক দুজন ক্ৰমে- আজাদ খান আৰু ফুলকান হুছেইন ।
  • ইয়াৰে আজাদ খান নামৰ যুৱকজনৰ মুক্তিৰ দাবীত কেইবা শতাধিক লোকে ঘেৰাও কৰিছে থানা।
  • আজাদ খান সক্ৰিয় কংগ্ৰেছ কৰ্মী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি