ডিব্ৰুগড়ৰ চাউলধোৱাত নৃশংস হত্যাকাণ্ড

ডিব্ৰুগড়ৰ চাউলধোৱাত নৃশংস হত্যাকাণ্ড
  • ডিব্ৰুগড়ৰ চাউলখোৱাত নৃশংস হত্যাকাণ্ড।
  • গৰু চুৰিত অভিযুক্ত মিন্টু আলী নামৰ এজন যুৱকে হত্যা কৰে এজনক।
  • নিহত লোকজনৰ নাম চেলিম বুলি জানিব পৰা গৈছে।
  • মিন্টু আলীয়ে চেলিমক শিৰচ্ছেদ কৰে।
  • ঘটনাৰ পাছত এএমচিএইচলৈ চেলিমক নিয়া হৈছিল যদিও উপযুক্ত চিকিৎসাৰ পূৰ্বে মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in