শেহতীয়া খবৰ
ধিক মানৱতা ! বাইকেৰে আহি পেলাই থৈ গ'ল নৱজাতক কন্যা সন্তান...  •  কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট

ধুবুৰীৰ চাপৰত এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ, অৱস্থা সংকটজনক…

66
  • ধুবুৰীৰ চাপৰত দেওবাৰে নিশা এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ।
  • বল্লব পাল নামৰ এজন লোকক এই আক্ৰমণ।
  • চাপৰৰ সত্যপুৰ পালপাৰাত সংঘটিত হৈছে এই ঘটনা।
  • আহত বল্লবক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হাস্পতালত ।
  • আক্ৰমণকাৰী বিনয় পালক ৰাইজে উত্তম-মধ্যম দি গতালে আৰক্ষীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি