ধুবুৰীৰ চাপৰত এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ, অৱস্থা সংকটজনক…

ধুবুৰীৰ চাপৰত এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ, অৱস্থা সংকটজনক…
  • ধুবুৰীৰ চাপৰত দেওবাৰে নিশা এজন লোকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ।
  • বল্লব পাল নামৰ এজন লোকক এই আক্ৰমণ।
  • চাপৰৰ সত্যপুৰ পালপাৰাত সংঘটিত হৈছে এই ঘটনা।
  • আহত বল্লবক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হাস্পতালত ।
  • আক্ৰমণকাৰী বিনয় পালক ৰাইজে উত্তম-মধ্যম দি গতালে আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in