ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান

ধুবুৰীত বিএছএফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান
  • ধুবুৰীত বি এছ এফ চোৰাংচোৱাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
  • অভিযানত ড্ৰাগছসহ এজনক আটক।
  • আটকাধীন লোকজনৰ নাম আশৰাফ খান।
  • অভিযানত জব্দ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৪ লাখ টকা।
  • বহুদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি অহাৰ অভিযোগ স্থানীয় একাংশ লোকৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in