ধনশিৰিত কংগ্ৰেছৰ দখললৈ ৩ জিলা পৰিষদ

  • ধনশিৰি মহকুমাৰ ৩ খন জিলা পৰিষদৰ আসনত কংগ্ৰেছ দলৰ বিজয়।
  • বৰপথাৰ জিলা পৰিষদৰ আসনত জয়ী হৈছে কংগ্ৰেছৰ বিজন ফুকন।
  • সৰুপথাৰ জিলা পৰিষদত জয়ী কংগ্ৰেছৰ লাজৰুচ তপ্ন।
  • ২১ টা গাঁও পঞ্চায়তৰ সভাপতি পদত কংগ্ৰেছে ৫ খন আসনত জয়ী।
  • বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে ৮ খন আসনত।
  • অগপ প্ৰাৰ্থীয়েও দখল কৰে ৮ খন আসন।
  • ২১ খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত কংগ্ৰেছে লাভে কৰে ৭ খন।
  • বিজেপিয়ে ৬খন আৰু অগপই ৮ খন আসন দখল কৰিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in