ধিঙৰ টুকটুকিত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন লোকে

ধিঙৰ টুকটুকিত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন লোকে
  • ধিঙৰ টুকটুকিত অঘটন।
  • বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন লোকে।
  • বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • নিহত লোকজনৰ নাম জিয়াউল হক।
  • টুকটুকী সমবায় সমিতিৰ ভূমিত অবৈধভাৱে দোকান সাজি আছিল লোকজনে।
  • সেই সময়তে সংঘটিত হয় এই ঘটনা।
  • তিনি–চাৰিজনীয়া এটা দলে সমবায়ৰ ভূমি বলপূর্বকভাৱে দখল কৰি সাজিছিল দোকান।
  • সেই সময়তে জিয়াউল হক নামৰ লোকজনক নিয়োজিত কৰাৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in