শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

ধিঙৰ টুকটুকিত বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন লোকে

56
  • ধিঙৰ টুকটুকিত অঘটন।
  • বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে এজন লোকে।
  • বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • নিহত লোকজনৰ নাম জিয়াউল হক।
  • টুকটুকী সমবায় সমিতিৰ ভূমিত অবৈধভাৱে দোকান সাজি আছিল লোকজনে।
  • সেই সময়তে সংঘটিত হয় এই ঘটনা।
  • তিনি–চাৰিজনীয়া এটা দলে সমবায়ৰ ভূমি বলপূর্বকভাৱে দখল কৰি সাজিছিল দোকান।
  • সেই সময়তে জিয়াউল হক নামৰ লোকজনক নিয়োজিত কৰাৰ অভিযোগ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি