শেহতীয়া খবৰ
গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে উন্মোচন হ'ব ''দ্যা শিবুক''...  •  কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব - নৰেন্দ্ৰ মোডী  •  কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  নেহা আছিল ধেমালি, আদিত্য নাৰায়ণৰ সেন্দুৰ শ্বেতাৰ শিৰতহে উজলিল...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!

3,117
  • বিতৰ্কিত মন্তব্যৰ বাবে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম।
  • ইতিমধ্যে নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰি আছে বিধায়কগৰাকীক।
  • নিজামুদ্দিন মাৰ্কাজৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ এই বিধায়কগৰাকীয়ে।
  • এই সন্দৰ্ভত আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে বিধায়কগৰাকীক জেৰা কৰি থকাৰ কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি