যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!
  • বিতৰ্কিত মন্তব্যৰ বাবে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে ধিঙৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম।
  • ইতিমধ্যে নগাঁও আৰক্ষীয়ে সোধা-পোছা কৰি আছে বিধায়কগৰাকীক।
  • নিজামুদ্দিন মাৰ্কাজৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ এই বিধায়কগৰাকীয়ে।
  • এই সন্দৰ্ভত আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই জনাইছে বিধায়কগৰাকীক জেৰা কৰি থকাৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in