ধেমাজিৰ জিলা পৰিষদৰ শেহতীয়া ফলাফল

ধেমাজিৰ জিলা পৰিষদৰ শেহতীয়া ফলাফল

ধেমাজিত তৃতীয় দিনাও অব্যাহত ভোটগণনা।

বৰ্তমানলৈকে ঘোষিত জিলা পৰিষদসমূহৰ ফলাফল অনুসৰি-

  • ১নং ধেমাজি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থী গহীন গগৈ জয়ী।
  • ২নং মাছখোৱা জিলা পৰিষদত বিজেপি প্ৰাৰ্থী বৰ্ণালী বৰগোহাঁইৰ জয়।
  • ৪নং চিচিবৰগাঁও জিলা পৰিষদত বিজয়ী হৈছে বিজেপি প্ৰাৰ্থী বাবুল চুতীয়া।
  • ৫নং চিচিটঙানী জিলা পৰিষদত সন্মিলিত গণশক্তিৰ বন্তি পেগু জয়ী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in