জীয়াঢলৰ বানৰ সংহাৰ! বিধ্বস্ত ধেমাজিৰ ৩০খনকৈ গাওঁ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, ধেমাজিঃ জীয়াঢলৰ উপৰ্যুপৰি বানত বিধ্বস্ত হৈছে ধেমাজিৰ ৩০খনতকৈ অধিক গাঁও৷ যোৱা মে' মাহৰ পৰা একেৰাহে বানৰ কবলত ধেমাজিৰ লাওমুৰি ,খজুৱা, ভজো গাঁওকে ধৰি বহু স্থান। এই বানৰ ফলত নষ্ট হৈছে বহু ধাননি৷

উপৰ্যুপৰি বানত নষ্ট হৈছে কেইবা হাজাৰ হেক্টৰ কৃষি ভূমি ৷ টেগজুৰি বৰ্মন গাঁৱৰ ছিঙা অংশ বান্ধি জীয়াঢলৰ সুঁতি সলনি কৰাৰ ফলতে পশ্চিম ধেমাজি ,জীয়াঢল পঞ্চায়ত আদি অঞ্চলত পাঁচ মাহ ধৰি বানৰ কবলত আছে গঞা ৰাইজ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in