শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

জীয়াঢলৰ বানৰ সংহাৰ! বিধ্বস্ত ধেমাজিৰ ৩০খনকৈ গাওঁ…

ডিজিটেল সংবাদ, ধেমাজিঃ জীয়াঢলৰ উপৰ্যুপৰি বানত বিধ্বস্ত হৈছে ধেমাজিৰ ৩০খনতকৈ অধিক গাঁও৷ যোৱা মে’ মাহৰ পৰা একেৰাহে বানৰ কবলত ধেমাজিৰ লাওমুৰি ,খজুৱা, ভজো গাঁওকে ধৰি বহু স্থান। এই বানৰ ফলত নষ্ট হৈছে বহু ধাননি৷

উপৰ্যুপৰি বানত নষ্ট হৈছে কেইবা হাজাৰ হেক্টৰ কৃষি ভূমি ৷ টেগজুৰি বৰ্মন গাঁৱৰ ছিঙা অংশ বান্ধি জীয়াঢলৰ সুঁতি সলনি কৰাৰ ফলতে পশ্চিম ধেমাজি ,জীয়াঢল পঞ্চায়ত আদি অঞ্চলত পাঁচ মাহ ধৰি বানৰ কবলত আছে গঞা ৰাইজ ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি