শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

ধেমাজি জিলা বিজেপি আৰু নগৰ মণ্ডলৰ উদ্যোগত ধেমাজি নগৰত চাফাই অভিযান….

70

ডিজিটেল সংবাদ,ধেমাজি : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সেৱা সপ্তাহৰ অংশ স্বৰূপে ধেমাজি জিলা বিজেপি আৰু নগৰ মণ্ডল বিজেপিৰ উদ্যোগত ধেমাজি নগৰৰ বিভিন্ন স্থানত চাফাই অভিযান কাৰ্য্যসৃচী ৰূপায়ন কৰে ৷

ধেমাজি জিলা বিজেপি জিলা সমিতিৰ অন্তগৰ্ত ১২ টা মণ্ডল সমিতিৰ কৰ্মকতা সকলৰ উপস্থিতিত চাফাই অভিযানৰ কাৰ্য্যসূচীত জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত,সাধাৰন সম্পাদক খগেন ভূঞা ,নগৰ মণ্ডলৰ সভাপতি শশাংকৰ কাকতি আৰু সমূহ মণ্ডল সমিতিৰ সভাপতি সকলৰ নেতৃত্বত সমগ্ৰ জিলা খনতেই এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি