ধেমাজি জিলা বিজেপি আৰু নগৰ মণ্ডলৰ উদ্যোগত ধেমাজি নগৰত চাফাই অভিযান….

ধেমাজি জিলা বিজেপি আৰু নগৰ মণ্ডলৰ উদ্যোগত ধেমাজি নগৰত চাফাই অভিযান….

ডিজিটেল সংবাদ,ধেমাজি : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সেৱা সপ্তাহৰ অংশ স্বৰূপে ধেমাজি জিলা বিজেপি আৰু নগৰ মণ্ডল বিজেপিৰ উদ্যোগত ধেমাজি নগৰৰ বিভিন্ন স্থানত চাফাই অভিযান কাৰ্য্যসৃচী ৰূপায়ন কৰে ৷

ধেমাজি জিলা বিজেপি জিলা সমিতিৰ অন্তগৰ্ত ১২ টা মণ্ডল সমিতিৰ কৰ্মকতা সকলৰ উপস্থিতিত চাফাই অভিযানৰ কাৰ্য্যসূচীত জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত,সাধাৰন সম্পাদক খগেন ভূঞা ,নগৰ মণ্ডলৰ সভাপতি শশাংকৰ কাকতি আৰু সমূহ মণ্ডল সমিতিৰ সভাপতি সকলৰ নেতৃত্বত সমগ্ৰ জিলা খনতেই এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in