শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ধেমাজিত ১৬৩ জনৰ কোভিড পজিটিভ…

ডিজিটেল সংবাদ, ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ১২৪০ গৰাকী কোৰোনা টেষ্ট পৰীক্ষাৰ ভিতৰত ১৬৩ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে ৷ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ বাবে ৩ জনক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰিছে ৷

ইফালে, স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে ১৬৩ জনকেই হোমআইছ’লেচনত দিয়া লগতে ৫১ জনক ৰিলিজ কৰি দিছে ৷ বৃহস্পতিবাৰে চিনাক্ত হোৱা ৰোগীৰ সৈতে জিলাখনৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৯৪৩ জনলৈ বৃদ্ধি পালে ৷